তথ্য জনাৰ অধিকাৰ ২০০৫ আইনে নাগৰিকৰ চৰকাৰৰ তথ্য জনাৰ অনুৰোধৰ প্ৰতি সময়মতে সঁহাৰি প্ৰদান কৰাটো বাধ্যতামূলক কৰে। এগৰাকী তথ্যসমৃদ্ধ নাগৰিকেহে প্ৰশাসনৰ পদক্ষেপৰ প্ৰতি জাগ্ৰত ৰূপত সঁহাৰি জনোৱাৰ বাবে সমৰ্থবান হয় আৰু প্ৰশাসনক জনসাধাৰণৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব পাৰে। নাগৰিকলক চৰকাৰৰ কাৰ্যসমূহৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে প্ৰণয়ন হোৱা এই আইন এক ডাঙৰ পদক্ষেপ।
Title | Size | Detail |
---|---|---|
তথ্য জনাৰ অধিকাৰ আইন ২০০৫ | 389.02 KB | |
তথ্য জনাৰ অধিকাৰ আইন ২০০৫ (অসমীয়া) | 176.31 KB |