ৰাষ্ট্ৰীয় বাঁহ মিচনৰ অধীনৰ বাঁহগছ ৰোপণৰ বিধিসমূহ
ক্ৰমিক নং | প্ৰয়োগাত্মক কাৰ্য | সৰ্বমুঠ ইনচেণ্টিভ (লাখত) | সাহাৰ্য্যৰ ধৰণ | ৰোপণ কৰিবলগীয়া সৰ্বনিম্ন ক্ষেত্ৰ (ৰাজ্যিক বাঁহ উন্নয়ন এজেন্সিৰ নিৰ্দেশ অনুসৰি) |
---|---|---|---|---|
১ | চৰকাৰী/পঞ্চায়ত/সামাজিক ভূমি আৰু ছন পৰি থকা ভূমিত উচ্চ ঘনত্বৰ বাঁহগছ ৰোপণ | তিনি বছৰৰ সময়সীমাত প্ৰতি হেক্টৰ মাটিত ১ লাখ টকা |
চৰকাৰী খণ্ডলৈ খৰচৰ ১০০% আৰু ২ হেক্টৰ (৩০০০ গছ) ৰ বাবে খৰচৰ ৫০%, ২-৪ হেক্টৰ (১০০০০ গছ) ত তিনি বছৰৰ বাবে খৰচৰ ৩০% (৫০:৩০:২০)। ৪ হেক্টৰৰ অধিক মাটিত কৰা খেতিৰ বাবে কোনো ৰাজসাহাৰ্য্য প্ৰদান কৰা নহয়। পৰিচালনা নিধি প্ৰদৰ্শনেৰে যোগ হ'ব (জীয়াই থকা শতাংশ) |
০.৫ হেক্টৰ |
২ | কৃষকৰ কৃষিভূমিত খণ্ড ৰোপণকাৰ্য/সীমা ৰোপণকাৰ্য | প্ৰতি হেক্টৰত ১ লাখ টকা (প্ৰতিজোপা গছত ২৪০ টকাৰ সমতুল্য) | তিনি বছৰৰ বাবে চৰকাৰী খণ্ডলৈ খৰচৰ ১০০% আৰু ব্যক্তিগত খণ্ডলৈ খৰচৰ ৫০% (৫০:৩০:২০)। পৰিচালনা নিধি প্ৰদৰ্শনেৰে যোগ হ'ব (জীয়াই থকা শতাংশ) | ০.১৪ হেক্টৰ (১ বিঘা) |
০.৫ হেক্টৰকৈ কম কৃষিভূমিত খেতি কৰা কৃষকসকলৰ মাজত বিনামূলীয়াকৈ বাঁহগছৰ পুলি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব। বেতৰ গছৰ বাবে ছন পৰি থকা ভূমিখণ্ড নিৰ্বাচিত কৰা হয়। কাৰণ বেত এবিধ কাঁইটীয়া উদ্ভিদ আৰু সেয়ে ইয়াক ঘৰৰ বাগিচাৰ বাবে উপযুক্ত বিবেচনা কৰা নহয়।