বাঁহ আৰু বেত খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাসমূহ হৈছে:-
১) এই সম্পদৰ সংৰক্ষণ।
২) উদ্ভিদৰ প্ৰসাৰণ।
৩) ৰোপণ।
৪) প্ৰযুক্তিৰ ৰূপান্তৰকৰণ।
৫) চপোৱাৰ পৰৱৰ্তী সময়ত ইয়াক ৰখাৰ ব্যৱস্থা আৰু ব্যৱহাৰৰ সুবিধাসমূহ।
৬) সূচী, তথ্য সংগ্ৰহ আৰু গৱেষণা।
৭) বাঁহ উদ্যোগীসকলক উৎসাহ প্ৰদান।
৮) আন্তঃগাঁথনিৰ উন্নীতকৰণ।
৯) বজাৰ।